Public App Logo
Jansamasya
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
No video available

গুৱাহাটী: মালিগাঁও, আদাবাৰীত জালুকবাৰী আৰক্ষীৰ অভিযান, অভিযানত চুৰি বাহনসহ এটা চোৰৰ বৃহৎ গেঙক গ্ৰেপ্তাৰ

বুধবাৰে গুৱাহাটীৰ মালিগাঁও, আদাবাৰীত জালুকবাৰী আৰক্ষীয়ে চলাই এক অভিযান। অভিযানকালত চুৰি বাহনসহ এটা চোৰৰ গেঙক গ্ৰেপ্তাৰ কৰা হয়। ধৃত চোৰকেইটা হৈছে নাছিৰ আলী, আহমেদ উল্লাহ, মকিব আলী, আলিয়া বেগম, তাছুৰ আলী। গেংটোৰ পৰা জব্দ কৰা হৈছে এখন চুৰি বাইক, AS01QC5933 নম্বৰৰ চাৰিচকীয়া বাহন, দুটা চুৰি মোবাইল ফোন, বাহনৰ ভুৱা নম্বৰ প্লেট। গুৱাহাটীত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাৰে জড়িত ধৃত চোৰকেইটা। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।