পূব ডিব্ৰুগড়: মাইজানত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া, বৰ্তমান শংকাত ভুগিছে দুই শতাধিক পৰিয়ালৰ লোক #jansamasya
Dibrugarh East, Dibrugarh | Jul 22, 2025
ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া, কম সময়ৰ ব্যৱধানতেই ব্ৰহ্মপুত্ৰৰ কোঁবাল সোঁতে ক্ৰমান্বয়ে খহাই লৈ গৈছে...