ডিফু: মিউনিচিপালটি বোৰ্ড নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি ৫দফীয়া দাবীলৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ডিফুত এপিএইছএলচি দলৰ প্ৰতিবাদী ধৰ্ণা
Diphu, East Karbi Anglong | Jul 23, 2025
বুধবাৰে দিনৰ প্ৰায় ১ মান বজাত ডিফু কাছা ষ্টেডিয়ামৰ সন্মূখত কাৰ্বি আংলঙৰ প্ৰধান বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচি দলে...