হোজাই: তাৰাপুৰ গাঁৱত প্ৰমাণ পত্ৰ অৰ্থাৎ লীগেচি ডাটা জালিয়াতি কৰাৰ অভিযোগ, জিলা আয়ুক্তক আবেদন দাখিল ভুক্তভোগীৰ
Hojai, Hojai | Jul 18, 2025
হোজাই জিলাৰ তাৰাপুৰ গাৱত প্ৰমাণ পত্ৰ ( LEGACY DATA) জালিয়াতি কৰা অভিযোগ,জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক আবেদন...