পূব ডিব্ৰুগড়: ৰাহুল গান্ধীয়ে আকাশত চাং পতা কথা কৈছে, অসমত কেতিয়াও কংগ্ৰেছ চৰকাৰ নাহেঃ লাহোৱালত ক'লে বিধায়ক বিনোদ হাজৰিকাই
Dibrugarh East, Dibrugarh | Jul 17, 2025
ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সন্দৰ্ভত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ তীব্ৰ প্ৰতিক্ৰিয়া। বিধায়ক গৰাকীয়ে কয়, ৰাহুল গান্ধীয়ে...