গোঁসাইগাঁও ভাগ: ভাঁওৰাগুৰী বজাৰত ১০ খনকৈ দোকানৰ লগতে এটা ঘৰত চোৰৰ লুটপাত, বিভিন্ন সামগ্ৰীৰ লগতে এঘৰৰ পৰা সোণ আৰু নগদ ১০ লাখ টকা লুট
Gossaigaon Part, Kokrajhar | Jun 1, 2025
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তর্গত ভাঁওৰাগুৰী বজাৰত দেওবাৰে পুৱতি নিশা ১০ খনকৈ দোকান লগতে এটা ঘৰত চোৰে লুটপাত...