হাজো: হাজোৰ নতুন চড়াবৰিত এটা পকী পথ মেৰামতিৰ নামত দুৰ্নীতিৰ অভিযোগ, প্ৰতিদিনে জীয়াতু ভুগিছে সহস্ৰাধিক ৰাইজে #jansamasya
Hajo, Kamrup | Jul 16, 2025
হাজোৰ নতুন চড়াবৰিত এটা পকী পথ মেৰামতিৰ নামত দুৰ্নীতিৰ অভিযোগ। প্ৰায় ৫০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ...