বোকাখাত: চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত বোকাখাতত সমজিলা প্ৰশাসনৰ বিষয়াৰে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ
Bokakhat, Golaghat | Jul 29, 2025
চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৭ বজাত বোকাখাতত সমজিলা প্ৰশাসনৰ বিষয়াৰে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ...