নগাঁও: ধিঙত সুৰক্ষিত নহয় খিলঞ্জীয়া মছজিদৰ সভাপতিয়ে আক্ৰমণ কৰিলে খিলঞ্জীয়া যুৱকক,ন্যায় বিচাৰি ধিঙত মন্তব্য ৰাইজৰ
Nagaon, Nagaon | Nov 20, 2025 ধিঙত সুৰক্ষিত নহয় খিলঞ্জীয়া ।মছজিদৰ সভাপতিয়ে আক্ৰমণ কৰিলে খিলঞ্জীয়া যুৱকক।ন্যায় বিচাৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি মান বজাত মন্তব্য ৰাইজৰ ।ধিঙৰ শনি মন্দিৰৰ স্থানত নিশা প্ৰস্ৰাৱ কৰাত বাধা প্ৰদান কৰাৰ বাবেই খিলঞ্জীয়া যুৱকক আক্ৰমণৰ অভিযোগ ।আক্ৰমণকাৰীক আটক নকৰি ধিং আৰক্ষীয়ে চোৰ, ডকাইতৰ দৰে ঘৰৰ পৰা চোচঁৰাই আনিলে নিৰ্দোষী যুৱকক ।আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ছাত্ৰ