উত্তৰ গুৱাহাটী ভাগ: বাইহাটা চাৰিআলিত পথ অৱৰোধ কাৰ্যসূচী ৰাইজৰ,১৫ দিনৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ দাবী,জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ
North Guwahati Part, Kamrup | Jul 5, 2025
শনিবাৰে বাইহাটা চাৰিআলি পথ অৱৰোধ কাৰ্যসূচী ৰাইজৰ। বাইহাটা চাৰিআলিৰ নগাঁও গাঁৱৰ যুৱ সমাজ আৰু সচেতন ৰাইজে কৰে এই পথ অৱৰোধ...