বিশ্বনাথ: সঘনাই পথ দুৰ্ঘটনা হৈ থকা বিহালীৰ বিহমাৰী চেণ্টাৰত গতিৰোৱক স্থাপনৰ দাবী জনায় স্থানীয় ৰাইজৰ
Biswanath, Biswanath | Jul 22, 2025
বিহালীৰ বিহমাৰীত সঘনাই পথ দুৰ্ঘটনা হৈ থকাৰ কাৰনে স্থানীয় ৰাইজ অতিষ্ঠ হৈছে। তেনে সময়ত যোৱা ১৭জুলাইৰ সন্ধিয়া হোৱা এক পথ...