সোণাৰি: সেনা আৰক্ষী অভিযানত আটক ৩ জন আলফা স্বাধীনৰ লিংকমেনক মাৰাথান জেৰা অন্তত জেললৈ প্ৰেৰণ কৰিলে সোণাৰি আৰক্ষীয়ে
Sonari, Charaideo | Jul 17, 2025
চৰাইদেউৰ সোণাৰিত অব্যাহত আছে আলফা স্বাধীন বিৰোধী অভিযান। চৰাইদেউত আৰক্ষীৰ অভিযানত আটক হৈছে ইজনৰ পিছত সিজনকৈ সন্দেহজনক...