সোণাৰি: সোণাৰিৰ বেঙেনাবাৰী তিনিআলিত এগৰাকী বৃদ্ধ লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, ঘটনা স্থলীত উপস্থিত আৰক্ষীৰ দল
Sonari, Charaideo | Jul 16, 2025
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বেঙেনাবাৰী তিনিআলিত এগৰাকী বৃদ্ধ লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।...