বকো: সোণতলীৰ বৰঘুল বাগান বাজাৰ আৰু আৰিকাটি সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ, যমৰ যাতনা ভুগিছে ৰাইজে #jansamasya
Boko, Kamrup | Jun 26, 2025
বকো সমষ্টিৰ সোণতলীৰ বৰঘুল বাগান বাজাৰ আৰু আৰিকাটি সংযোগী অতি গুৰুত্বপূৰ্ণ এটা পথৰ দুৰৱস্থা। বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি...