গুৱাহাটী: এজাক মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বান,বানত বুৰ গ’ল ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ,তীব্র যান-জঁটৰ সৃষ্টি যোৰাবাটত
Guwahati, Kamrup Metropolitan | Jul 19, 2025
শনিবাৰে বিয়লিৰ এজাক মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বান। বানত বুৰ গ’ল ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ। তীব্র যান-জঁটৰ সৃষ্টি...