ৰঙিয়া ভাগ: আগৰতলা-দেওগড় এক্সপ্ৰেছত নহৰু,পিয়াজযুক্ত খাদ্য পৰিবেশন কৰাৰ অভিযোগ, ৰঙিয়া ৰে'ল ষ্টেচনত একাংশ বলবম যাত্ৰীৰ ক্ষোভ প্ৰকাশ
Rangia Part, Kamrup | Jul 22, 2025
আগৰতলা-দেওগড় এক্সপ্ৰেছত চাঞ্চল্যকৰ ঘটনা। ধৰ্মীয় ভাৱনাক আঘাত কৰা খাদ্য যোগান ধৰাৰ অভিযোগ। মঙলবাৰে ৰঙিয়া ৰে'ল ষ্টেচনত...