গোৰেশ্বৰ ভাগ: বাঙালীপাৰাত বৃহৎ অঞ্চত বাঁহৰ খুটাৰে বিপদ সংকুলভাৱে চলিছে বিদ্যুৎ যোগান, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ #jansamasya
Goreswar Part, Baksa | Jul 11, 2025
তামুলপুৰ জিলাৰ বাঙালীপাৰাত বাঁহৰ খুটাৰে বিদ্যুত সংযোগ দিয়াকলৈ শুকুৰবাৰে দিনৰ ৪ মান বজাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ...