মাহমৰা: কাকতিবাৰী, টিমন, ৰনচোৱাল, খামন, ৰঙাবাম গাঁও আদি অঞ্চলত জিলা আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত ৩৪০ লিটাৰ পাছ নষ্ট
Mahmora, Charaideo | Jun 6, 2024
চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকতিবাৰী, টিমন, ৰনচোৱাল,খামন,ৰঙাবাম গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে চৰাইদেউ...