সৰুপথাৰ: সৰুপথাৰত খিলঞ্জীয়া মুছলমানসকলৰ মছজিদ পৰিচালনা সমিতিৰ সৈতে বিধায়ক বিশ্বজিৎ ফুকনৰ আলোচনা, গো-মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত
Sarupathar, Golaghat | Jul 23, 2025
সৰুপথাৰত খিলঞ্জীয়া মুছলমানসকলৰ মছজিদ পৰিচালনা সমিতি বিষয়ববীয়াৰে বুধবাৰে বিয়লি প্ৰায় ৫.৩০ মান বজাত বিধায়ক বিশ্বজিত ফুকনৰ...