সোণাৰি: ঘোগুৰামুখত পুণৰ গৰু চোৰৰ উপদ্ৰপ,মেদাং চাংমাই এটা হালোৱা গৰু চুৰি
l ঘোগুৰামুখত পুণৰ গৰু চোৰৰ উপদ্ৰপ,বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ঘোগুৰামুখৰ নিবাসী মেদাং চাংমাই নামৰ লোক জনৰ এটা হালোৱা গৰু সন্ধিয়া সাত বজাত গোহালিৰ পৰা চোৰে লৈ যায়।উল্লেখ্য যে অঞ্চলটোত সঘনে সংঘটিত হৈ থকা গৰু চোৰৰ উপদ্ৰপ বন্ধ কৰিবলৈ সচেতন লোকে স্থানীয় প্ৰশাসনক আহ্বান জনাইছে।