লংকা: লংকাত আৰক্ষীৰ অভিযানত ১৫.৪৭ গ্ৰাম ড্ৰাগছ জব্দ, আটক এগৰাকী মহিলা,ঘটনা সন্দৰ্ভত লংকা আৰক্ষীৰ অভিযান অব্যাহত
Lanka, Hojai | Jul 16, 2025
বুধবাৰে আবেলি ৪ মান বজাত লংকাৰ ১নং ৰেল গেইটৰ উৰণীয়া সেতুৰ সমিপৰ ৰেল লাইনৰ সমিপত ৰেলৰ মাটিত অবৈধ ভাবে থকা এঘৰত লংকা...