আজি শনিবাৰে বিয়লি ৪ বজাত বৰবৰুৱা থানাৰ অন্তৰ্গত বলাই চেঁচা নৈত উদ্ধাৰ কৰে এটা অচিনাক্ত মৃতদেহ। বিয়লি ভাগত স্থানীয় লোকে নৈৰ সুঁতত উটি অহাৰ অৱস্থাত প্ৰত্যক্ষ কৰে এজন যুৱকৰ মৃতদেহ। মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে বৰবৰুৱা আৰক্ষীক খবৰ দিয়াত সেই স্থানত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানৰ লৈকে বৰ্তমানৰ লৈকে চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে