ডিফু: ডিফুত উজনিমুৱা বিবেক এক্সপ্ৰেছ ৰেলৰ সৈতে ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ৷ তিনিঘণ্টা সময় ডিফুত আৱদ্ধ ৰেল,যাত্ৰীৰ বিলৈ
Diphu, East Karbi Anglong | Jul 24, 2025
বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বাজি ২০ মিনিটত ডিফু ৰেলষ্টেচনৰ সমীপৰ বাঘমাৰৰ কাষত উজনিমুৱা বিবেক এক্সপ্ৰেছ ৰেলগাড়ীৰ সৈতে এখন...