ৰঙিয়া ভাগ: ৰঙিয়াত কৃষকৰ হাহাকাৰ,প্ৰখৰ ৰদত পথাৰত মেলিছে চিৰাল ফাট,ৰ'দৰ তাপত শুকাই গৈছে কঠিয়া,জনালে ভুক্তভোগীয়ে
Rangia Part, Kamrup | Jul 14, 2025
ৰঙিয়াত কৃষকৰ হুমুনিয়াহ। প্ৰখৰ ৰদত পথাৰত মেলিছে চিৰাল ফাট। ৰ'দৰ তাপত শুকাই গৈছে কঠিয়া। পথাৰত পানী নাই, নাই বৰষুণ।...