চাবুৱা: বালিজানত ব্ৰহ্মপুত্ৰৰ খহনীয়াত এটাৰ পাছত আন এটা বাসগৃহ নদীৰ বুকুত জাহ যোৱাত পৰিস্থিতি বুজ ল'লে বিধায়ক বিনোদ হাজৰিকাই
Chabua, Dibrugarh | Jul 30, 2025
চাবুৱা ৰাজহ চক্ৰৰ বালিজানত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। শতাধিক বিঘা ভূমি এই বাৰিষাত নদীৰ বুকুত জাহ যোৱাৰ পিছত...