বিহপুৰীয়া: 'কংগ্ৰেছ আৰু আন দলৰ লগত মিত্ৰতা হোৱাটো বিচাৰো', বিহপুৰীয়াত মন্তব্য এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ
Bihpuria, Lakhimpur | Jul 15, 2025
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা মঙ্গলবাৰে বিহপুৰীয়াত উপস্থিত হয় । ভূপেন বৰাই সংবাদমাধ্যমৰ আগত...