Public App Logo
Jansamasya
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
No video available

গুৱাহাটী: পাণ্ডুত অজয় দাসৰ ৰহস্যজনক মৃত্যু, ঘটনা সন্দৰ্ভত এজন যুৱকক আটক কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ হৈছে অজয় বৰুৱা নামৰ যুৱক এজনৰ মৃতদেহ। যুৱকজনক বন্ধুয়ে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। মৃতদেহ উদ্ধাৰ হোৱা পিছৰে পৰা পলাতক লুলু বাবু নামৰ যুৱকজন। ইতিমধ্যে চনু নামৰ যুৱকজনক আটক কৰিছে জালুকবাৰী আৰক্ষীয়ে। হত্যা কৰি ব্ৰহ্মপুত্ৰৰ পাৰত পেলাই থোৱাৰ অভিযোগ পৰিয়ালৰ। ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে লুলু বাবু, চনু জড়িত থকাৰ অভিযোগ তুলিলে পৰিয়ালে। পৰিয়ালে জালুকবাৰী থানাত দাখিল কৰে এজাহাৰ।
গুৱাহাটী: পাণ্ডুত অজয় দাসৰ ৰহস্যজনক মৃত্যু, ঘটনা সন্দৰ্ভত এজন যুৱকক আটক কৰিলে আৰক্ষীয়ে - Guwahati News