বিশ্বনাথ: 'হিমন্ত বিশ্ব শৰ্মাই হিটলাৰক আইডল হিচাপে লৈছে', বিশ্বনাথত উচ্ছেদক লৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদকৰ মত
Biswanath, Biswanath | Aug 5, 2025
উচ্ছেদিত কোনো মুছলমান মানুহ বাংলাদেশী নহয়, চৰকাৰী মাটি কেৱল মুছলমানেই বেদখল কৰি ৰখা নাই, অসমৰ অধিকাংশ চৰকাৰী ভূমি...