ওদালগুৰি: ডিমাকুছিত নিৰ্বাচনৰ পূৰ্বে পথ মেৰামতি নকৰিলে ভোট বৰ্জন কৰাৰ সিদ্ধান্তৰে ৰাইজৰ প্ৰতিবাদ
Udalguri, Udalguri | Jul 11, 2025
ভেৰগাঁৱৰ ডিমাকুছিৰ এটা পথে জ্বলাকলা খুৱাইছে পথছাৰীক ৷ ইউ - টি ৰোডৰ ডিমাকুছিৰ পৰা সাধুবস্তি হৈ বাদলাপাৰা সংযোগী পথছোৱাৰ...