বোকাখাত: 'ভোট বেংকৰ স্বাৰ্থত প্ৰব্ৰজনৰ বাবে কংগ্ৰেছে ৰাস্তা খুলি দিছে', বোকাখাতত উৰিয়ামঘাটৰ উচ্ছেদ সম্পৰ্কত মন্ত্ৰী অতুল বৰাৰ মত
Bokakhat, Golaghat | Jul 29, 2025
ভোট বেংক শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰব্ৰজনৰ বাবে কংগ্ৰেছেই ৰাস্তা খুলি দিছে। বোকাখাতত মঙ্গলবাৰে বিয়লি প্ৰায় ৫ মান বজাত...