নগাঁও: নগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কায্যলয়ৰ সন্মুখত ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কেইবাটও দাবীৰে ধৰ্ণা কাৰ্যসূচী
Nagaon, Nagaon | Nov 18, 2025 নগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ ধৰ্ণা কাৰ্যসূচী।মাহিলী মাননী ৩০ হাজাৰ টকা বৃদ্ধি,১০% বাৰ্ষিক বৃদ্ধি প্ৰদান,চাকৰি সু নিশ্চিতকৰনকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদ। মঙ্গলবাৰে বিয়লি প্ৰায় চাৰি মান বজালৈকে নগাঁও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ৮ হাজাৰ কৰ্মচাৰীৰ প্ৰতিবাদ। মঙ্গলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিল বিভাগটোৰ আঠ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী।ম