উত্তৰ লক্ষীমপুৰ: ন-নদীত এখন স্কৰ্পিঅ' আৰু বলেৰ' বাহনৰ মাজত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা
North Lakhimpur, Lakhimpur | Jul 18, 2025
লখিমপুৰ ন-নদীত শুক্ৰবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন স্কৰ্পিঅ'ৰ আৰু বলেৰ' বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । চকা...