নগৰবেৰা: নগৰবেৰাত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি,নগৰবেৰাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সমূহ দল-সংগঠনৰ গভীৰ শোক প্ৰকাশ
শুকুৰবাৰে নগৰবেৰাত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। নগৰবেৰাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সমূহ দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন সমিটিৰ উদ্যোগত নগৰবেৰা বজাৰ কমিটিৰ কাৰ্যালয় প্ৰাংগণত এক শোক সভা অনুষ্ঠিত কৰা হয়।