ৰঙিয়া ভাগ: 'আমছুৱে অসমত বিভাজনমুখী ৰাজনীতি কৰিছে, তিনি গগৈয়ে ভ্ৰাম্যমাণত অভিনয় কৰিব লাগে', ৰঙিয়াত মন্তব্য বিধায়ক ভবেশ কলিতাৰ
Rangia Part, Kamrup | Jul 15, 2025
আমছুৱে অসমত বিভাজনমুখি ৰাজনীতি কৰিছে। আমছুৰ নীতি নিৰ্দেশনা অসমবাসীৰ প্ৰয়োজন নাই। অসমীয়া জাতি সদায় অলৰ-অচল হৈ থাকিব। তিনি...