সোণাৰি: কাৰ্গিল বিজয় দিৱসত দেশৰ বাবে শ্বহীদ হোৱা বীৰ জোৱানক সশ্ৰদ্ধ স্মৰণ কৰি সোণাৰিত বিজেপি দলৰ জোঁৰ সমদল
Sonari, Charaideo | Jul 26, 2025
আজি কাৰ্গিল বিজয় দিৱস, দেশৰ বাবে শ্বহীদ হোৱা বীৰ জোৱানক সশ্ৰদ্ধ স্মৰণ। ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত...