চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত শনিবাৰে বঙাইগাঁও চহৰত CITUৰ জিলা সভাপতি হৰেশ্বৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতৃত্বধীন চৰকাৰৰে সাংবাদিকৰ সুৰক্ষাত বিফল হোৱাৰ বিজেপি চৰকাৰৰ তীব্ৰ ভাষাৰে সমালোচনা কৰে । সভাপতি গৰাকীয়ে লগতে বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ উপৰত আক্ৰমণ বাঢ়িছে বুলি মত ব্যক্ত কৰে ।