ধেমাজি: অভপুৰত খেতি নষ্ট কৰিছে পোকে, কৃষকৰ মাজত হাহাকাৰ, কৃষি বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ #jansamasya
Dhemaji, Dhemaji | Jul 16, 2025
খৰাং বতৰৰ লগতে চৰনিয়া পুকে হাহাকাৰ সৃষ্টি কৰিছে অভপুৰ কৃষকৰ মাজত, অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ৰাইজৰ...