ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা,উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুগৰাকী যুৱক
Dhekiajuli Part, Sonitpur | Jul 26, 2025
শনিবাৰে নিশা অনুমানিক ৮ বজাত ঢেকীয়াজুলি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়...