ভাৰতীয় জনতা পাৰ্টিৰ হাজো মণ্ডলৰ মুখ্য কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত । শুৱালকুছি মণ্ডলৰ সভাপতি ধীৰাজ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হয় বিজেপিৰ উক্ত সভা । ভাৰতীয় জনতা পাৰ্টিৰ কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে সভাত । মণ্ডলৰ বিভিন্ন বিষয় তথা সাংগঠনিক দিশ সম্পৰ্কে বিস্তাৰ ভাবে আলোচনা কৰা হয়। উক্ত আলোচনাত হাজো মণ্ডলৰ একাংশ কাৰ্যকৰ্তা উপস্থিত থাকে।