উৎকোচ লৈ পলায়ন কৰাৰ অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই খেদি খেদি অসম অৰুণাচল সীমান্তৰ কানুবাৰীৰ পৰা আটক কৰিছিল জিলা আৱকাৰী বিভাগৰ বিষয়াক। চৰাইদেউ আৱকাৰী বিভাগৰ বিষয়া প্ৰশান্ত গগৈ সহ এজন কনিষ্ঠবলক আটক কৰে দুৰ্নীতি নিবাৰক শাখাই।অভিযোগ অনুসৰি ২০ হাজাৰ টকা উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই। চৰাইদেউত দুৰ্নীতি নিবাৰক শাখাই আটক কৰা আবকাৰী বিভাগৰ বিষয়াৰ সোণাৰিৰ বাসগৃহত নিশা আৰক্ষীৰ দ'লৰ অভিযান।চৰাইদেউ জিলা উপ আৰক্ষী অধীক্ষক আৰিয়ান নাথৰ নেতৃত্বত আৰক্ষীৰ