সৰুপথাৰ: গেলাবিল কাণ্ডৰ মূল অভিযু্ক্ত ৰাজু শ্ৰেষ্ঠক গুলীয়াই দিয়ক দাবীৰে বৰপথাৰ থানা চৌহদত শ শ মহিলাৰ উত্তাল প্ৰতিবাদ
Sarupathar, Golaghat | Aug 3, 2025
গেলাবিল কাণ্ডৰ মূল অভিযু্ক্ত ৰাজু শ্ৰেষ্ঠক গুলীয়াই দিয়ক দাবীৰে বৰপথাৰ থানাৰ চৌহদত দেওবাৰে দিনৰ প্ৰায় ১১ বজাত শ শ মহিলাৰ...