মৰাণ: মৰাণৰ বিশাল মাৰ্কেটৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, বুলেট আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত দুজন আহত
Moran, Dibrugarh | Aug 6, 2025
মৰাণৰ বিশাল মাৰ্কেটৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা । গুৰুত্বৰভাৱে আহত বাইক আৰোহী আৰু স্কুটি আৰোহী । AS33B1927...