গুৱাহাটী: অভিযোগ দিয়া যুৱকজনৰ সকলো কথা ভিত্তিহীন, চানমাৰী আৰক্ষীয়ে তালাচীত নিৰ্যাতন চলোৱাৰ অভিযোগ লৈ চানমাৰীত ডিচিপিৰ মন্তব্য
Guwahati, Kamrup Metropolitan | Jul 13, 2025
চানমাৰী আৰক্ষীয়ে তালাচীৰ সময়ত নিৰ্যাতন চলোৱাৰ অভিযোগ সন্দৰ্ভত দেওবাৰে চানমাৰি থানাত DCP অমিতাভ বসুমতাৰীৰ মন্তব্য। অভিযোগ...