সোণাৰি: লোকনিৰ্মাণ বিভাগৰ নিষ্ঠাবান সহকাৰী অভিযন্তা প্রয়াত যোশিতা দাসৰ হত্যাৰ ন্যায়ৰ দাবীত সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদ
Sonari, Charaideo | Jul 27, 2025
সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। বিভাগীয় দুর্নীতিগ্রস্ত বিষয়া আৰু ঠিকাদাৰৰ দুর্নীতিৰ বিৰুদ্ধে ঠিয় দি...