হোজাই: জিলা সদৰত সাংসদৰ উপস্থিতিত শাৰীৰিক সক্ষম আৰু জেষ্ঠ্য নাগৰিকক ১ কোটি ৯০ লাখ টকাৰ সহায়ক সজুলি প্ৰদান কাৰ্য্যসূচী শুভাৰম্ভ
Hojai, Hojai | May 24, 2025
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত এডিআইপি আৰু আৰভিৱাই আচনীৰ অধীনত জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত...