নগাঁও: চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গেজিং ৰিজাৰ্ভত প্ৰশাসনৰ উচ্ছেদৰ জাননী প্ৰদান
Nagaon, Nagaon | Nov 20, 2025 চামগুৰিত চৰকাৰী ভূমিত উচ্ছেদৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন।চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলড'জাৰ।প্ৰায় ৩৮বিঘা চৰকাৰী ভূমিত বাস কৰা ৮০ টাকৈ পৰিয়ালত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।ইতিমধ্যে চামগুৰি ৰাজহ চক্ৰৰ তৰফৰ পৰা পৰিয়াল সমূহলৈ জাৰি কৰা হৈছে উচ্ছেদৰ জাননী।১৫দিনৰ পাছতেই চলিবৰ প্ৰশাসনৰ উচ্ছেদ অভিযান।