ঢেকিয়াজুলি ভাগ: হিৰাজুলি চাহ বাগিচাত উপস্থিত হৈ বৰছলা সমষ্টি ভিত্তিত চাহ বাগিছা ফুটবল খেল প্ৰতিযোগিতা উপভোগ বিধায়ক গনেশ কুমাৰ লিম্বুৰ
Dhekiajuli Part, Sonitpur | Jul 29, 2025
মংগলবাৰে বিয়লি অনুমানিক ৪ বাজি ১৫ মিনিটত হিৰাজুলি চাহ বাগিচাত উপস্থিত হয় বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু...