Public App Logo
Jansamasya
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
No video available

সোণাৰি: বৰহাটত বিজেপিৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন, অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তপন কুমাৰ গগৈৰ অংশগ্ৰহণ

Sonari, Charaideo | Mar 10, 2025
বৰহাটত বিজেপি বৰহাট মণ্ডলৰ উদ্যোগত সোমবাৰে তিনি বজাত এখন গুৰুত্বপূৰ্ণ সভা সম্পন্ন হয়। বিজেপি বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰবী দুৱৰা গগৈ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে বৰহাট মণ্ডলৰ সম্পাদক ভাস্কৰ গগৈয়ে।সভাত যোৰহাট লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা অসম ৰাজ্যিক বিজেপি দলৰ উপ-সভাপতি তপন কুমাৰ গগৈ,বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভানেত্ৰী নিতু মণি প্ৰধানৰ প্ৰমুখ্যে বিজেপি বৰহাট মণ্ডলৰ বিষয়ববীয়া, বুথৰ সভাপতি,যুৱ মৰ্চাৰ বিষয়ববীয়া, কৰ্মী সকলে অংশগ্ৰহণ কৰে।
সোণাৰি: বৰহাটত বিজেপিৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন, অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তপন কুমাৰ গগৈৰ অংশগ্ৰহণ - Sonari News