সোণাৰি: গোৱালাপথাৰত বাঘৰ উপদ্ৰৱ, একাংশ ৰাইজৰ পশুধন নিধন কৰিছে বাঘে, বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ #jansamasya
Sonari, Charaideo | Jul 19, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ অন্তৰ্গত গোৱালাপথাৰত বাঘৰ আতংকই বিৰাজ কৰিছে। বাঘৰ আতংকত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ। কাষতে থকা...