ডিমৌ: ডিমৌৰ জুইশাল ৰেষ্টুৰেণ্টৰ গেটৰ সন্মুখত পুৱতি নিশা একাংশ যুৱকৰ অভদ্ৰামি,সমগ্ৰ দৃশ্য বন্দী চিচিটিভিত
ডিমৌৰ ৰাজমাইস্থিত জুইশাল নামৰ ৰেষ্টুৰেণ্টখনৰ গেটৰ সন্মুখত দেওবাৰে পুৱতি নিশা একাংশ যুৱকে অভদ্ৰামি কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।এই সমগ্ৰ ঘটনা বন্দী হৈ ৰল চিচিটিভিত।